কাপোৰ খুলিবলৈ শনি লাগিছে অসমৰ ছাত্ৰ-ছাত্ৰীৰ
কম বয়সতে শাৰিৰীক সম্পৰ্ক কৰিবলৈ উন্মাদ হৈ পৰিছে প্ৰেমাস্পদ
সম্প্ৰতি সলনি হৈছে প্ৰেমৰ সংজ্ঞা৷ পূৰ্বৰ দৰে কামবিহীন প্ৰেমৰ পৱিত্ৰতা আধুনিক প্ৰজন্মই বুজি নাপায়৷ প্ৰেম মানেই শৃংগাৰ বুলিহে বদ্ধমূল ধাৰণা কৰে আধুনিক প্ৰেমিকে৷ সেয়ে আধুনিক প্ৰেমৰ জন্ম হয় OYO হোটেলৰ বন্ধ ৰূমত৷ কিন্তু বন্ধ কোঠাতে প্ৰেমৰ নৃত্যনাটিকা আবদ্ধ নাথাক৷ বেইমান প্ৰেমিকে গড্ডাৰি কৰি কিছুদিন পিছতে মোবাইলে মোবাইলে এৰি দিয়া প্ৰেমিকাৰ নগ্ন শৰীৰৰ ভিডিঅ’৷ অসমত পূৰ্বে এনে হোৱা নাছিল৷ প্ৰেমৰ পৱিত্ৰতা বুজি পাইছিল অসমীয়া প্ৰেমাস্পদে৷ প্ৰেমিকাৰ শৰীৰ স্পৰ্শ কৰি সুখ অনুভৱ কৰাটো অসমৰ প্ৰেমিকৰ নাছিল উদ্দেশ্য৷ কিন্তু পৰিৱৰ্তিত দৃশ্যপটত সকলো সলনি হৈ গ’ল৷ বন্ধ ৰূমত প্ৰেমিকাৰ কৌমাৰ্য হৰণ কৰাটো গৌৰৱ বুলি ভাবিব ধৰিলে অসমৰ প্ৰেমিকে৷ সেয়ে আমেৰিকাৰ প’ৰ্ন ইণ্ডাষ্ট্ৰীৰ দৰে অসমতো সঘনাই ভাইৰেল হ’ব ধৰিলে ভিডিঅ’৷ এইবাৰ এটা ভিডিঅ’ নতুনকৈ ভাইৰেল হোৱাত সৰ্বত্ৰ লাগিছে হাহাকাৰ৷ কাৰণ ভাইৰেল হোৱা ভিডিঅ’ৰ নায়িকাৰ বয়স তেনেই কম৷ অৱশ্যে ভিডিঅ’টো ভাইৰেল কৰা প্ৰেমিকো বেছি বয়সীয়া নহয়৷ কোনোমতে মেট্ৰিক পাছ কৰিয়েই মুক্ত জীৱনৰ সোৱাদ পোৱা জুনিয়ৰ কলেজৰ শিক্ষাৰ্থীয়ে প্ৰেম মানেই কামকেলি বুলি গম পাইছিল৷ সেযে তেওঁলোকে বুক কৰিছিল হোটেলৰ ৰূম৷ প্ৰেমিকাৰ নগ্ন শৰীৰৰ অপূৰ্ব সৌন্দৰ্য সেই ৰূমটোতে কেমেৰাত আবদ্ধ কৰিছিল দুষ্ট প্ৰেমিকে৷ তেতিয়া অৱশ্যে গম নোপোৱাকৈ থকা নাছিল সুন্দৰী যুৱতীগৰাকীয়ে৷ সোনকালে ঘৰলৈ যোৱাৰ বাবে খৰখেদা কৰি থকা সুন্দৰীয়ে প্ৰেমিকক কৰি দিছিল সুবিধা৷ খৰধৰকৈ নিৰ্বস্ত্ৰ হৈ তেওঁ নগ্ন শৰীৰ কেমেৰাত আবদ্ধ কৰিবলৈ প্ৰিয়তমক চান্স দিছিল৷ প্ৰেমিকে কেতিয়াও গড্ডাৰি নকৰে বুলি নিশ্চিত আছিল যুৱতীগৰাকী৷ কিন্তু তেওঁ ভবাৰ দৰে প্ৰেমিক নাছিল নিষ্পাপ৷ সেয়ে যুৱতীগৰাকীৰ বিশ্বাস নহ’ল দীৰ্ঘম্যাদী৷ তেওঁৰ নগ্ন শৰীৰৰ ভিডিঅ’ প্ৰেমিকে ভাইৰেল কৰি পেলালে৷ যুৱতীগৰাকীয়ে ব্ৰেক-আপ কৰাৰ পিছতে মোবাইলত লাখৰ ঘৰত দৰ্শকে চালে এইখন চিনেমা৷ কেবালাখ দৰ্শকে উপভোগ কৰা চিনেমাখনৰ লিংক বিক্ৰী হোৱাটছএপ গ্ৰুপত বিক্ৰী হ’ল৷ সেইদৰেও আন কেবালাখ লোকে চাবলৈ পালে চিনেমাখন৷
এইখন চিনেমাৰ শ্বুটিং হৈছিল গণেশগুৰিৰ OYO হোটেলত৷ জানিব পৰামতে নায়িকা যুৱতীগৰাকী হৈছে নাৰেংগীৰ বাসিন্দা৷ তেওঁ স্থানীয় জুনিয়ৰ কলেজত অধ্যয়ন কৰে৷ একেখন কলেজত তেওঁতকৈ এটা ক্লাছ ওপৰত পঢ়ি আছে প্ৰেমিকে৷ দুয়ো কলেজত প্ৰায়ে পাতিছিল ভৱিষ্যতৰ কথা৷ বিয়াৰ পিছত সুখৰ সংসাৰ গঢ়াৰ সপোন দেখি তেওঁলোক উন্মনা হৈ পৰিছিল৷ তেতিয়াই প্ৰেমিকাক যুৱকজনে দিছিল এদিন হোটেলত এনজয় কৰাৰ প্ৰস্তাৱ৷ ঘৰৰ বাধাৰ কথা ভাবিও প্ৰেমিকৰ সৈতে এনজয় কৰিবলৈ সন্মত হৈছিল প্ৰেমিকা৷
তেওঁ সেইমতে এদিন উপভোগ কৰিলে৷ কিন্তু এদিনতে প্ৰেমিকাৰ জীৱন সলনি হৈ গ’ল৷ তেওঁ বিশেষ ভিডিঅ’টো প্ৰেমিকৰ মোবাইলৰ গেলাৰীতে সদায় সুৰক্ষিত হৈ থাকিব বুলি ভাবিছিল৷ ব্ৰেক-আপ হ’লেও প্ৰেমিকে তেওঁৰ ব্ৰহ্মতালুত খোঁট নামাৰে বুলি নিশ্চিত আছিল যুৱতীগৰাকী৷ পিছে দিনবোৰ সদায় একে নাযায়৷ তেওঁ কমবয়সৰ বাবে সেই সাধাৰণ কথাটোৱেই বুজি নাপালে৷ ফলত ৰাইজৰ সন্মুখত হ’ল নগ্ন৷



