যৌৱনতে প্ৰেম হয় বুলি বাৰু সকলোৱে জানে
কিন্তু প্ৰেমৰ নামত কাপোৰ খুলিব লাগেনো কিয়
এই প্ৰশ্নটোৰ উত্তৰ গোলাঘাটৰ ছোৱালীজনীয়ে দিব নোৱাৰে৷ ছোৱালীজনীয়ে অন্তৰ উজাৰি ভাল পাইছিল প্ৰেমিকক৷ গুৱাহাটীৰ প্ৰেমিকে বিচাৰিলেও তেওঁ হোটেলত উপস্থিত হৈছিল৷ প্ৰেমিকক সুখ দিয়াটো দায়িত্ব বুলি ভাবিছিল নিমাখিত প্ৰেমিকাই৷ কিন্তু বেছি সুখ পালেও যে প্ৰেমিকে কেতিয়াবা অঘটন ঘটাব পাৰে সেইটো হ’লে ভবা নাছিল৷ সাপৰ দৰে অবিশ্বাসী বয়ফ্ৰেণ্ডে শেহতীয়াকৈ এটা সাংঘাতিক কাম কৰিলে৷ প্ৰেমিকে গাড়ীতে খুলি পেলালে প্ৰেমিকাৰ বস্ত্ৰ৷ ফুৰিবলৈ যাওতে প্ৰেমিকে কাপোৰ খুলিবলৈ গাৰ্লফ্ৰেণ্ডক বাধ্য কৰিলে৷ প্ৰেমিকৰ কথাক বেদবাক্য বুলি ভবা যুৱতীগৰাকীও গাড়ীতে হ’ল উলংগ৷ তথাপিও একো সমস্যা নাছিল৷ কিন্তু প্ৰেমিকে গাৰ্লফ্ৰেণ্ডৰ নিৰ্বস্ত্ৰ দেহ কেমেৰাত আবদ্ধ কৰিবলৈ অন কৰিলে মোবাইল৷ আপত্তি কৰিলেও প্ৰেমিকৰ কথা শুনি প্ৰেমিকাই উলংগ শৰীৰেৰে ফটোৰ বাবে প’জ দিলে৷ তাৰ কিছুদিনৰ পিছত দুয়োৰে হ’ল ব্ৰেক-আপ৷ যুৱতীগৰাকীয়ে মন নিমিলাৰ বাবে গুৱাহাটীৰ যুৱকৰ সৈতে সম্পৰ্ক ছেদ কৰিলে৷ কিন্তু প্ৰেমিকৰ মোবাইলৰ গেলাৰীত যে এইটো ভিডিঅ’ আছিল সেয়া তেওঁ পাহৰিয়েই গৈছিল৷
প্ৰতিশোধপৰায়ণ প্ৰেমিকে কিন্তু একোৱেই পাহৰা নাছিল৷ পাষণ্ড প্ৰেমিকৰ বাবে গাৰ্লফ্ৰেণ্ড আছিল খেলৰ পুতলা৷ সেয়ে প্ৰেমিকে প্ৰতিশোধ লোৱাৰ ধান্দা কৰিলে৷ বিচাৰিলেই কাপোৰ খুলিবলৈ সাজু হৈ থকা প্ৰেমিকাই কথা নুশুনা দেখি প্ৰেমিকে প্ৰথমে এজন বন্ধুলৈ প্ৰেৰণ কৰিলে গাড়ীতে শাৰিৰীক সম্পৰ্ক স্থাপন কৰাৰ বিশেষ ভিডিঅ’টো৷ পৰৱৰ্তী সময়ত কলেজৰ গ্ৰুপতো এইগৰাকী যুৱতীৰ ভিডিঅ’ৰ কেবাটাও স্ক্ৰীনশ্বট ভাইৰেল হৈ পৰিল৷ প্ৰেমিকে এক্স গাৰ্লফ্ৰেণ্ডৰ নগ্ন শৰীৰৰ ভিডিঅ’টো কেবাজনো বন্ধুলৈ প্ৰেৰণ কৰিলে৷ শেষত যি হ’বলগীয়া আছিল সেয়াই হ’ল৷ প্ৰেমৰ নামত কাপোৰ খুলি ধ্বংস হ’ল এগৰাকী যুৱতী৷ তেওঁ গুৱাহাটীৰ কলেজ এৰি গোলাঘাটৰ ঘৰলৈ উভতি আহি গৃহবন্দী হৈ থাকিবলৈ বাধ্য হ’ল৷
যুৱতীগৰাকীয়ে বিষয়টো সন্দৰ্ভত গোচৰ ৰুজু কৰিছে৷ কিন্তু একো কৰিব নোৱাৰে বুলি হাতদাঙি দিছে আৰক্ষীয়ে৷ ভিডিঅ’টো কোটিৰ ঘৰত দৰ্শকে চাইছে৷ তাৰোপৰি স্ক্ৰীনশ্বট কেবাটাও ইনষ্টাগ্ৰাম একাউণ্টত হৈ পৰিছে ভাইৰেল৷ অসমৰ যুৱতী সমগ্ৰ পৃথিৱীতে নগ্ন হৈছে৷ কেবাখনো দেশৰ দৰ্শকে বিশেষ ভিডিঅ’টো চাইছে৷ সেয়ে ভিডিঅ’ ডিলিট কৰিবলৈ অসম মুলুকৰ পুলিচৰ সাহস নাই৷ তেওঁলোকে একো কৰিব নোৱাৰি বুলি কৈ যুৱতীগৰাকীৰ দেউতাকক থানাৰ পৰা পঠিয়াই দিলে৷ গতিকে প্ৰেমিকক ধৰি এখুন্দা দিয়াৰ বাদে একো উপায় নোহোৱা হ’ল৷ কিন্তু ভিডিঅ’টো ভাইৰেল কৰি পলাই আছে সেই পাষণ্ড প্ৰেমিক৷ জানিব পৰামতে যুৱতীগৰাকীয়ে যাৰ বাবে কাপোৰ খুলিছিল সেই প্ৰেমিক আছিল ধূৰ্ত বিহাৰী৷
এইদৰে বিহাৰী প্ৰেমিকে আগতেও কেবাগৰাকী যুৱতীৰ সৈতে শাৰিৰীক সম্পৰ্ক কৰিছিল৷ অসমীয়া যুৱতীক খেলৰ পুতলাৰ দৰে জ্ঞান কৰিছিল বিহাৰী যুৱকে৷ কেতিয়াবা মনৰ অমিল হ’লে ভাইৰেল কৰি দিয়াৰ বাবে মোবাইলত থৈ দিছিল কাপোৰ খোলাৰ ভিডিঅ’৷ এইবাৰ পাষণ্ডটোৱে ভাইৰেল কৰা ভিডিঅ’টো গুৱাহাটীতে শ্বুট কৰিছিল৷ দীপৰ বিলৰ পাৰত কাপোৰ খুলিবলৈ বাধ্য কৰিছিল নিমাখিত প্ৰেমিকাজনীক৷



