দিনত পাপ্পা কী পৰীয়ে কোনোবাই মাতিলেও কথা ক’বলৈ লাজ কৰে
আন্ধাৰ হোৱাৰ লগে লগে সলনি হৈ যায় তেওঁলোকৰ মাত
দিনত প্ৰায়ে তেওঁলোকে পিন্ধে কুৰ্তি৷ শৰীৰ আবুৰ কৰিহে ঘৰৰ পৰা ওলাই আইসকল৷ কিন্তু আন্ধাৰ হোৱাৰ পিছত তেওঁলোকে শৰীৰ প্ৰদৰ্শন কৰি ভালপায়৷ অৱশ্যে উঠন বুকু প্ৰদৰ্শন নকৰিলেও উপায় নাই৷ কাৰণ তেওঁলোকৰ বেপাৰৰ মূলধনেই হৈছে স্তন৷ এই দৃশ্যটো এবাৰ ভালকৈ চাওকচোন৷ এদল যুৱতীয়ে GS ৰোডৰ ফুটপাথত উচপিচাই আছে৷ তেওঁলোকে যেন অপেক্ষা কৰিছে কোনোবা প্ৰিয় ব্যক্তিলৈ৷ কিন্তু এইসকল নিশাৰ ৰাণীয়ে প্ৰেমিকলৈ অপেক্ষা কৰা বুলি নাভাবিব৷ তেওঁলোকে আচলতে গ্ৰাহকলৈহে কৰিছে অপেক্ষা৷ কিন্তু গুৱাহাটীৰ বেশ্যাৰ বজাৰত আকস্মিকভাৱে হৈছে সাংঘাতিক পৰিৱৰ্তন৷ নিশা শৰীৰ বিক্ৰী কৰা পম্পী নামৰ যুৱতীগৰাকীয়ে বঢ়াই দিছে শৰীৰৰ দাম৷ পূৰ্বে ৩ হাজাৰ টকাত পম্পীয়ে গ্ৰাহকক সন্তুষ্ট কৰিছিল৷ সেই পম্পীয়ে ১৫০০ টকা দাম বঢ়াই দিছে৷ পূৰ্বে দৰদামৰ অন্তত ২৫০০ টকাতো নিশা গ্ৰাহকৰ সৈতে হোটেলত পম্পীয়ে প্ৰৱেশ কৰিছিল৷ এতিয়া চাৰি হাজাৰ টকা নাপালে নাযায় বেশ্যা পম্পী৷
তেওঁ প্ৰকাশ কৰা অনুসৰি আচম্বিতে কেবাখনো হোটেলে ৰূমভাৰা বৃদ্ধি কৰিছে৷ পূৰ্বে গুৱাহাটীৰ হোটেলৰ সৰ্বনিম্ন ভাৰা আছিল ৮০০ টকা৷ গ্ৰাহকে ৮০০ টকা খৰচ কৰিলে বেশ্যাৰ সৈতে এনিশা কটোৱাৰ সুবিধা পাইছিল৷ কিন্তু বৰ্তমান গুৱাহাটীৰ হোটেলৰ সৰ্বনিম্ন ভাৰা ১২০০ টকা৷ তাৰোপৰি যিকোনো মুহূৰ্ততে হোটেলত পুলিচে তালাচী চলোৱাৰ আশংকা থাকে৷ গুৱাহাটীৰ কলগাৰ্লে সস্তীয়া হোটেলত সেয়ে কামলীলা কৰিবলৈ ভীতিগ্ৰস্ত হৈ পৰিছে৷ এচাম গ্ৰাহকে নিজে কৰাৰ সলনি গুৱাহাটীৰ বেশ্যাকে হোটেলৰ ৰূম ভাৰা কৰাৰ অনুৰোধ কৰে৷ তেওঁলোকে আগৰ হাৰতে দিয়ে পইচা৷ সেয়ে লাভ কৰিবলৈ পম্পীয়ে শৰীৰৰ দাম বৃদ্ধি কৰিছে৷ পম্পীৰ দৰে ভাৰ্জিন চ’কৰ সকলো বেশ্যাৰ শৰীৰৰ দাম কমেও ১৫০০ টকা বৃদ্ধি হৈছে৷
আনহাতে কিছুদিনৰ ভিতৰত বাঢ়িছে মেক-আপৰ সকলো সামগ্ৰীৰ দাম৷ পম্পীয়ে প্ৰকাশ কৰা অনুসৰি গ্ৰাহকক আকৰ্ষণ কৰিবলৈ গুৱাহাটীৰ বেশ্যাই উগ্ৰ প্ৰসাধন কৰিবলগীয়া হয়৷ তেওঁলোকে এদিনতে কৰে কমেও ৫০০ টকাৰ মেক-আপ৷ গুৱাহাটীৰ কলেজীয়া ছাত্ৰীয়ে সন্ধ্যা ওলাই অহাৰ পূৰ্বে পিজিৰ মেক-আপ আৰ্টিষ্টৰ হতুৱাই প্ৰসাধন কৰায়৷ তাৰ বাবেও অতিৰিক্ত ধন খৰচ কৰিবলগীয়া হয়৷ সেই খৰচ আদায় কৰিবলৈ পম্পীৰ দৰে বেশ্যাসকলে শৰীৰৰ দাম বঢ়াইছে৷ পম্পীয়ে প্ৰকাশ কৰামতে তেওঁলোকে এজেণ্টক পইচা দিব লাগে৷ যিসকল লোকে বেশ্যাৰ কাষ্টমাৰ গোটাই দিয়ে সকলোৱে পইচা লয়৷ তাৰোপৰি পুলিচকো পম্পীয়ে পইচা দিয়ে৷ খৰচৰ পৰিমাণ বাঢ়ি যোৱা বাবে বেশ্যাই বঢ়াই দিছে নিশা অভিসাৰ কৰাৰ দাম৷
পূজাৰ সময়ত গুৱাহাটীৰ বেশ্যাই দাম বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ বৰ্তমান গুৱাহাটীৰ বেছিভাগ বেশ্যাই এটা মোবাইল এপৰ জৰিয়তে গ্ৰাহকৰ সৈতে যোগাযোগ কৰে৷ সেই এপটোও অৱশ্যে ফ্ৰী নহয়৷ সেইটো ব্যৱহাৰ কৰাৰ বিনিময়ত মাহিলী পইচা দিব লাগে৷ কাষ্টমাৰৰ পৰাই সেই খৰচ আদায় কৰিবলৈ বেশ্যাই কৰে চেষ্টা৷ এই আটাইবোৰ খৰচ মিলাই পম্পীৰ দৰে শতাধিক যুৱতীয়ে আগৰ দামত শৰীৰ বিক্ৰী নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ দাম বঢ়ালেও অৱশ্যে বেশ্যাৰ বজাৰত কামাতুৰ পুৰুষৰ সংখ্যা কমা নাই৷



