নিজকে কনটেণ্ট ক্ৰিয়েটৰ বুলি দাবী কৰে৷ কিন্তু অসমৰ এচাম মহিলাৰ একমাত্ৰ কনটেণ্ট হৈছে স্তনযুগল৷ উঠন বুকুখনকে তেওঁলোকে একমাত্ৰ কনটেণ্ট হিচাপে ব্যৱহাৰ কৰে৷ ব্লাউজ খুলি হ’লেও শৰীৰটো দেখুৱাই দিলেহে শান্তি পাই অসমৰ অভিজাত পৰিয়ালৰ বোৱাৰীয়ে৷ এইগৰাকী মহিলালৈকে চাওকচোন৷ তেওঁ কনটেণ্টৰ নামত একো বিচাৰি পোৱা নাই৷ কেৱল শৰীৰ প্ৰদৰ্শনেই তেওঁৰ কনটেণ্ট৷ পুৱাৰ পৰা গধূলিলৈ তেওঁ ফে’চবুকত ফটো দিয়েই থাকে৷ প্ৰতিখন ফটোতে উদঙাই দিয়াৰ চেষ্টা কৰে স্তন৷ তেওঁৰ স্তনৰ ফটো চাই চাই কিছুমান ফল’ৱাৰ্ছৰো আমনি নালাগে৷ সেয়ে তেওঁলোকে নাইচ বুলি ফটোত কৰে কমেণ্ট৷
বহুতে আমনি পালেও এই বিশেষ মহিলাগৰাকীৰ অকণো আমনি নালাগে৷ সেয়ে তেওঁ সদায় শৰীৰটোকে বেপাৰৰ মূলধন কৰি লয়৷ পুৱা শোৱাৰ পৰা উঠিয়েই তেওঁ এখন বিশেষ ফটো ফে’চবুকত প’ষ্ট কৰে৷ কনটেণ্ট ক্ৰিয়েটৰ হিচাপে যাতে ফল’ৱাৰ্ছৰ সৈতে এংগেজমেণ্ট হ্ৰাস নাপায় তাৰ বাবে হাজৰিকা উপাধিৰ সুন্দৰীয়ে স্তন উদঙাই ফটোখন প’ষ্ট কৰি দিয়ে৷ ঘৰুৱা সাজতে উঠা ফটোখন প’ষ্ট কৰাৰ পিছতে কমেণ্টৰ হয় বৰষুণ৷ ফটোখন লাইক কৰি কেবাহাজাৰ ফল’ৱাৰ্ছে তেওঁক শুভকামনা জ্ঞাপন কৰে৷
নগ্ন ফটো আপলোড কৰা সুন্দৰী মহিলাক আগবাঢ়ি যাবলৈ ফল’ৱাৰ্ছে জনাই অভিনন্দন৷ বহুতে আগবাঢ়ি যাওক বুলি তেওঁক শুভেচ্ছা জ্ঞাপন কৰে৷ ফল’ৱাৰ্ছৰ বিপুল সমাদৰত আপ্লুত হৈ মহিলাগৰাকীয়ে ইখনৰ পিছত সিখন ফটো প’ষ্ট কৰি থাকে৷ কিন্তু প্ৰতিখন ফটোতে তেওঁ দেখুৱাবলগীয়া আন একোৱেই নাথাকে৷ দেহা থাকিলেহে বেহা বুলি ভালদৰে জানে অভিজাত পৰিয়ালৰ বোৱাৰীয়ে৷ সেয়ে নিজৰ উঠন বুকু প্ৰদৰ্শন কৰি কনটেণ্টৰ নামত তেওঁ বেপাৰ কৰে৷ সুন্দৰী মহিলাই ব্লাউজ খুলি হ’লেও দেখুৱায়েই থাকে স্তন৷
তেওঁৰ কনটেণ্টত নাই কোনো সৃষ্টিশীলতা৷ কেতিয়াবা তেওঁ ভাত খাবলৈ বহি উঠা এখন ফটো প’ষ্ট কৰি দিয়ে৷ কিন্তু মহিলাগৰাকীৰ ফটোত নাই বিশেষ আকৰ্ষণ৷ তেওঁৰ ফটোৰ একমাত্ৰ আকৰ্ষণ হৈছে স্তনযুগল৷ সুন্দৰীয়ে স্তন ইমানেই দেখুৱাই যে চাই চাই কিছুমান ফল’ৱাৰ্ছৰ বিৰক্তি লাগি যায়৷ কিন্তু সেইটোকে তেওঁক ক’লেই মহিলাগৰাকীৰ ঠেঁহ লাগে৷ চাই বেয়া পোৱাসকলক ওলাই যাবলৈ তেওঁ দিয়ে নিৰ্দেশ৷ সেয়ে বহুতে ক’বলৈ এৰিছে৷ গতিকে উৎসাহিত হৈ উঠন বুকু ৰাইজক দেখুৱাই ধন ঘটিছে অসমৰ ভ্লগাৰে৷
তেওঁ নিজকে কিন্তু অপ্সৰা বুলি ভাবে৷ সেয়ে শৰীৰ প্ৰদৰ্শন কৰিলেই ৰাইজ সন্তুষ্ট হ’ব বুলি কৰে ধাৰণা৷ মহিলাগৰাকীৰ শৰীৰৰ ভূগোল লাহে লাহে বেছিভাগ ফল’ৱাৰ্ছৰ মুখস্থ হৈ গৈছে৷ তেওঁ সদায় দেখুৱাই থকা অংগ চাই সন্তুষ্ট হৈছে ফল’ৱাৰ্ছ৷ সেইসকলে তেওঁক কেতিয়াবা বিকিনী পৰিধান কৰিবলৈ উপদেশ দিয়ে৷ হয়তো ডলাৰৰ লোভত অসমৰ বোৱাৰীয়ে কেইদিনমানৰ পিছত বিকিনীও পিন্ধিব৷ তেওঁলোকৰ উৎপাতত ফে’চবুক খুলিব নোৱাৰিব আনসকলে৷ ফে’চবুক স্ক্ৰল কৰিলেই ওলাব কেৱল অসমৰ উলংগ বোৱাৰী৷



