ডিজিটেল বেশ্যাৰ অসমত অভাৱ নাই
আন একো কনটেণ্ট নাই৷ স্তনেই তেওঁলোকৰ একমাত্ৰ কনটেণ্ট৷ এইগৰাকী মহিলালৈয়েই চাওকচোন৷ তেওঁৰ দেখুৱাবলৈ একো নাই৷ সেয়ে পুৱা-গধূলি স্তনযুগল প্ৰদৰ্শন কৰি ফে’চবুকত ফটো প’ষ্ট কৰি থাকে৷ ভাইৰেল হোৱাৰ বুদ্ধি কৰিয়েই থাকে মহিলাগৰাকীয়ে৷ শৰীৰটোৱেই হৈছে তেওঁৰ ফে’চবুকত পইচা ঘটাৰ একমাত্ৰ উপায়৷ ক্ৰীম ঘঁহি মসৃণ কৰি ৰখা মুখখন দেখুওৱাত অসমৰ কনটেণ্ট ক্ৰিয়েটৰৰ ইমান আগ্ৰহ নাই৷ যিমান আগ্ৰহ স্তন প্ৰদৰ্শন কৰাত তেওঁলোকে দেখুৱায়৷ এইগৰাকী সুন্দৰীয়ে পুৱা বিছনাৰ পৰাই ফল’ৱাৰ্ছক গুডমৰ্নিং দিয়ে৷ লগতে তেওঁ আপলোড কৰে নাইট ড্ৰেছ পিন্ধা ফটোখন৷ সেইখন ফটোত তেওঁৰ শৰীৰৰ ৩০ শতাংশহে মানহে ঢাক খাই থাকে৷ বাকিখিনি লাজ নকৰাকৈ তেওঁ দেখুৱাই দিয়ে৷
অসমৰ ভূমিপুত্ৰ এইগৰাকী কনটেণ্ট ক্ৰিয়েটৰৰ লাজ-মান একো নোহোৱা হৈ পৰিছে৷ তেওঁ শৰীৰ প্ৰদৰ্শন কৰাটো চাকৰিৰ দৰে বুলি ভাবিবলৈ ধৰিছে৷ সুন্দৰীৰ বাবে শৰীৰটো হৈছে মূলধনৰ লেখিয়া৷ বিউটী পাৰ্লাৰলৈ গৈ শৰীৰটো ধুনীয়া কৰি ৰাখিলেই পইচা ঘটিব পাৰিম বুলি তেওঁ নিশ্চিত হৈছে৷ সেয়ে সুন্দৰী যুৱতীগৰাকীয়ে প্ৰায়ে স্তন প্ৰদৰ্শন কৰি ফটো প’ষ্ট কৰে৷ কেতিয়াবা ফটোখন প’ষ্ট কৰি মোক দেখাত কেনে লাগিছে বুলি প্ৰশ্ন এটাও কৰে তেওঁ৷ কোনোবাই ভাল লগা নাই বুলি ক’লে ছোৱালীজনীয়ে পিছত প’ষ্ট কৰি দিয়ে বেছি হট ফটো৷ সেইবাৰ পেণ্টীপৰ্যন্ত প্ৰদৰ্শন কৰি ফে’চবুক একোকোবে হিলাই দিয়ে৷
শৰীৰ প্ৰদৰ্শন কৰিবলৈ তেওঁৰ আজিকালি মুঠেই লাজ নলগা হ’ল৷ তেওঁ যে দেখাত ধুনীয়া সেইটো সাত শতৰুৱেও স্বীকাৰ কৰিব লাগিব৷ ৰূপহীৰ ছালৰ বৰণ গাখীৰ সেন্দূৰ মিহলোৱাৰ দৰে৷ ঈৰ্ষৎ ৰঙা-বগা সুন্দৰীয়ে শৰীৰৰ বেছিভাগ অংগই দেখুৱাই দিবলৈ সদায় চেষ্টা কৰি থাকে৷ তেওঁৰ বাবে ফে’চবুক প্ৰফাইলটো বেডৰূমৰ লেখিয়া৷ ঘৰত যি পিন্ধি থাকে তেনেদৰেই ফটো উঠি তেওঁ প’ষ্ট কৰি দিয়ে৷ গৰম দিনত কাপোৰ পিন্ধিবলৈ বেয়াই পাই ধুনীয়া ছোৱালীজনীয়ে৷ সেয়ে দিনে কেবাখনো নগ্ন ফটো দি দিয়ে৷
ইমানৰ পিছত তেওঁৰ ফল’ৱাৰ্ছৰ সীমা নোহোৱা হৈছে৷ মহিলাগৰাকীৰ শৰীৰৰ ভূগোল চিনি পোৱা হৈছে ফল’ৱাৰ্ছে৷ তেওঁ প্ৰায়ে পুৱা ইনাৰৱেৰ পিন্ধাৰ সময়তো এটা ৰীল বনায়৷ কেতিয়া কি ৰঙৰ ব্ৰা পিন্ধিব সেইটোও ফল’ৱাৰ্ছকহে সুধি লয়৷ ফল’ৱাৰ্ছে যি দেখুৱাবলৈ কয় সেইটো অংগ প্ৰদৰ্শন কৰিয়েই ধুনীয়া ছোৱালীজনীয়ে ফটো প’ষ্ট কৰে৷ তেওঁৰ ফল’ৱাৰ্ছৰ তালিকাত হিন্দীভাষী লোকৰ সংখ্যাই বেছি৷ সেইসকলে প্ৰায়বোৰ ফটোতে কমেণ্ট কৰে৷ আৰু আগবাঢ়ি যাবলৈ অসমৰ উলংগ সুন্দৰীক উদগণিও প্ৰদান কৰে৷
কিন্তু ইয়াতকৈ বেছি আগবাঢ়ি গ’লে অসমৰ নগ্ন সুন্দৰীয়ে কাপোৰ পিন্ধিবই নোৱাৰা হ’ব৷ তেওঁ অসমৰ মল্লিকা শ্বেৰাৱট বুলি ভাবে৷ সেয়ে কাপোৰ নিপিন্ধাকৈ প’ষ্ট কৰি ভাল পাই ফটো৷ ধুনীয়া কমবয়সীয়া ছোৱালীজনীয়ে শৰীৰটো পণ্য সামগ্ৰীৰ নিচিনা কৰি পেলালে৷ এতিয়া তেওঁ শৰীৰ প্ৰদৰ্শন কৰাৰ বাদে আন একোৱেই উপায় নথকা হ’ল৷ যুৱতীগৰাকীৰ বাবে প্ৰতিটো গোপন অংগ হৈছে বজাৰৰ সামগ্ৰীৰ দৰে৷ কেতিয়াবা বেছি এংগেজমেণ্টৰ প্ৰয়োজন হ’লেই তেওঁ অন্তৰ্বাস নিপিন্ধাকৈ প’ষ্ট কৰি দিয়ে হট ফটো৷ সেইদৰে হৈ যায লাভ৷ কাপোৰ নিপিন্ধা ফটো প’ষ্ট কৰিলে তেওঁৰ বাঢ়ি যায় প্ৰফাইলৰ এংগেজমেণ্ট৷



