অসমৰ বিহাৰী যুৱতীৰ নতুন ফিল্ম
দেশত তোলপাৰ লগাইছে অসমৰ যুৱতীৰ ভিডিঅ’ই
অসমত লাহে লাহে গঢ় লৈ উঠিছে এটা নতুন চিনেমা উদ্যোগে৷ অৱশ্যে ফিল্ম হিট হ’লেও এই উদ্যোগৰ এক্টৰে পইচা নাপায়৷ তেওঁলোকে নিজ ইচ্ছাৰে চিনেমাখনৰ শ্বুটিং কৰিলেও ৰিলিজ দিবলৈ ইচ্ছা নকৰে৷ মোবাইলৰ গেলাৰীত সাঁচি থোৱা চিনেমা কেতিয়াবা দুৰ্ঘটনাবশত: ৰিলিজ হৈ যায়৷ এইবাৰো তেনেকুৱাই হৈছে৷ গুৱাহাটীৰ এগৰাকী বিহাৰী যুৱতীয়ে প্ৰেমিকৰ সৈতে কৰা কামলীলাৰ ভিডিঅ’ দুৰ্ঘটনাবশত: হৈ পৰিছে ভাইৰেল৷ অৱশ্যে অজ্ঞাত পক্ষই কৰা বুলি দাবী কৰিলেও যুৱতীৰ প্ৰেমিকেই সেই ভিডিঅ’টো ভাইরেল কৰিছে বুলি প্ৰকাশ পাইছে৷ ঘটনা সংক্ৰান্তত যুৱতীৰ পৰিয়াল আৰক্ষীৰো কাষ চাপিছে৷ কিন্তু বিশেষ ভিডিঅ’টো সম্প্ৰতি ডিলিট কৰিব পৰা অৱস্থাত নাই৷ ভিডিঅ’টোৰ শ্বৰ্টছে ছানি ধৰিছে ইণ্টাৰনেট৷ মিলিয়নৰ ঘৰত লোকে উপভোগ কৰিছে গুৱাহাটীনিৱাসী বিহাৰী যুৱতীৰ উত্তেজক ভিডিঅ’৷
এই বিশেষ চিনেমাখন হোটেল বা ঘৰত শ্বুট কৰা হোৱা নাছিল৷ প্ৰাপ্ত তথ্য অনুসৰি বিহাৰী যুৱতীগৰাকীৰ বিয়া ঠিক হৈছিল৷ তেওঁক লগ কৰিবলৈ বিহাৰৰ পৰা আহিছিল প্ৰেমিক৷ বৰ্হিৰাজ্যৰ প্ৰেমিকক বাগদত্তাই ফুৰাবলৈ নিলে৷ গুৱাহাটীৰ দাঁতি-কাষৰীয়া এলেকাৰ সৌন্দৰ্য দেখুৱাবলৈ উলিয়াই নিলে ভাবী স্বামীক৷ তেওঁলোকে হাতত হাত ধৰি বিভিন্ন ঠাই ভ্ৰমণ কৰিলে৷ কিন্তু প্ৰেমিকাক কাষত পাই ধৈৰ্য ধৰি থাকিব নোৱাৰা হ’ল যুৱকজনে৷ তেওঁ ভ্ৰমণৰ অন্তত প্ৰেমিকাক দিলে সংগমৰ প্ৰস্তাৱ৷ গুৱাহাটীৰ বাহিৰৰ নিৰ্জন এলেকাত প্ৰেমিকে বাগদত্তাৰ বস্ত্ৰহৰণ কৰিলে৷ মুক্ত আকাশৰ তলতে তেওঁলোকে কৰিলে শাৰিৰীক সম্পৰ্ক৷
সেই দৃশ্যাৱলী প্ৰেমিকে কেমেৰাত আবদ্ধ কৰিলে৷ অৱশ্যে বিয়া ঠিক হৈছে যেতিয়া প্ৰেমিকে ভিডিঅ’ কৰাত আপত্তি নকৰিলে যুৱতীগৰাকীয়ে৷ তেওঁ জ্ঞাতসাৰে মোবাইল কেমেৰাৰ সন্মুখত নগ্ন হ’ল৷ প্ৰেমিকে আলিংগন কৰাৰ দৃশ্যও ভিডিঅ’ কৰাৰ অনুমতি দিলে৷ কিন্তু তেওঁলোকৰ সম্পৰ্ক নহ’ল দীঘলীয়া৷ প্ৰেমিক বিহাৰলৈ উভতি যোৱাৰ পিছতে যৌতুকৰ বাবে সংঘাত আৰম্ভ হ’ল৷ দীৰ্ঘদিন ধৰি অসমতে থকা যুৱতীৰ পৰিয়ালটোৱে বিচৰাদৰে যৌতুক দিবলৈ অস্বীকাৰ কৰিলে৷ তাতে লাগিল কেৰোণ৷ অৱশেষত বিয়াখন ভাগিল৷ কিন্তু বিহাৰৰ পৰা গুৱাহাটী ফুৰিবলৈ অহা যুৱকজনৰ মোবাইলত আবদ্ধ হৈ আছিল পাশুপাত অস্ত্ৰস্বৰূপ ভিডিঅ’টো৷ তেওঁ বিয়া ভগাৰ পিছত ভিডিঅ’টো ডিলিট কৰা বুলি যুৱতীগৰাকীক জনালে৷
সেইমতে যুৱতীগৰাকী আস্বস্ত হৈ আছিল৷ তেওঁ একো চিন্তাই কৰা নাছিল৷ অন্তত: পূৰ্বৰ প্ৰেমিক ইমান গড্ডাৰ নহয় বুলি ভাবিছিল অসমনিৱালী বিহাৰী যুৱতীয়ে৷ কিন্তু তেওঁ নভবা ঘটনাটো সংঘটিত হ’ল৷ সেই বিহাৰী যুৱকজনে হোৱাটছএপ গ্ৰুপৰ জৰিয়তে প্ৰাক্তন প্ৰেমিকাৰ সৈতে কৰা কামলীলাৰ দৃশ্য ভাইৰেল কৰি পেলালে৷ বিহাৰৰ পৰা ফাদিল হোৱা ভিডিঅ’টো এনিশাৰ ভিতৰতে কেবাটাও গ্ৰুপত বিয়পি পৰিল৷ অজস্ৰ দৰ্শকে চোৱা ভিডিঅ’টো ৱেবছাইটতো প’ষ্ট কৰা হ’ল৷ বিয়া পাতিম বুলি প্ৰতিশ্ৰুতি দিয়া ধূৰ্ত যুৱকে সকলোকে দেখুৱালে প্ৰাক্তন প্ৰেমিকাৰ নগ্ন শৰীৰ৷ যৌতুক নিদিয়াৰ প্ৰতিশোধ লৈ তেওঁ প্ৰেমিকাক ৰাইজৰ সন্মুখত নগ্ন কৰিলে৷ এতিয়া যুৱতীগৰাকীৰ পৰিয়ালে আৰক্ষীৰ কাষ চাপিও পোৱা নাই সুফল৷



