নবৌজনীৰ অন্তৰখন কঁপাহৰ দৰে কোমল
কোনোবাই যদি তেওঁক বৌ বুলি মাতে তেন্তে নবৌৰ ভৰি পিচল খাই যায়
কিন্তু কথাতে কয় নহয়- সকলোৰে বেছি হোৱাটো বেয়া৷ সেয়ে মানুহ বেছি মৰমীয়াল হোৱাটোও ভাল নহয়৷ নবৌজনীৰো বেছি মৰমীয়াল স্বভাৱটো কেবাজন পুৰুষৰ বাবে বিপজ্জনক হৈ পৰিছিল৷ নবৌৰ অন্তৰ খন আছিল ডাঙৰ ফিল্ডৰ দৰে৷ তেওঁ সকলোকে অন্তৰত স্থান দিয়াৰ চেষ্টা কৰিছিল৷ স্বামীৰ উপৰি নবৌৰ অন্তৰত স্থান পাইছিল কেবাজনো দেওৰেকে৷ মৰমতে কোনোবাই নবৌ বুলি মাতিলেই স্বামীৰ সমান মৰম কৰিছিল মানুহজনীয়ে৷ তেওঁৰ মৰম পাবলৈ ঘৰখনত দিনে-নিশাই কেবাজনো দেওৰেকে ভিৰ কৰিছিল৷ নবৌৱেকে মৰমতে সকলোকে খুৱাইছিল গাখীৰ চাহ৷ চেনি নিদিয়া গাখীৰ চাহ বিচাৰিলেও মানুহজনীয়ে টান পোৱা নাছিল৷ তেওঁ মৰমেৰে সকলোকে চাহ খুৱাইছিল৷ কিন্তু নবৌৰ বাবে ধ্বংস হৈছিল কেবাজনো দেওৰেকৰ সুখৰ সংসাৰ৷ আঁচল খহাই চাদৰখন পেলাই নবৌৱে দেওৰৰূপী প্ৰেমিকক দেখুৱাইছিল উঠন বুকু৷ গতিকে দেওৰেকসকলে নবৌৰ ঘৰত ভিৰ কৰিছিল৷ ছেগ বুজি ছদ্মবশী প্ৰেমিকক বুকুৰ উম লোৱাৰো সুযোগ প্ৰদান কৰিছিল নবৌৱে৷ কেতিয়াবা কোনোবা দেওৰেকৰ সৈতে নবৌৱে পাতিছিল ননভেজ কথা৷ কামলীলাৰ ফলত তেওঁ যে সুখী হয় সেয়া নবৌৱে বুজাই দিছিল৷ নিজকে অপেন মাইণ্ডেড বুলি দাবী কৰা নবৌ হৈ পৰিছিল কামশাস্ত্ৰৰ নায়িকা৷ তেওঁৰ মুখখন মনত পেলাই দেওৰেকসকল সন্তুষ্ট হৈ পৰিছিল৷ বহল অন্তৰৰ গৰাকী নবৌৰ বাবে সংসাৰত কন্দল লগাৰ বিষয়ে জানিছিল গাঁৱৰ বোৱাৰীবোৰে৷
সেয়ে সকলোৱে মিলি নবৌজনীক হাতে-লোটে ধৰিলে৷ ঘৰত স্বামী নথকা সময়ত এজন প্ৰেমিকৰ সৈতে অন্তৰৰ কথাবোৰ পাতি থকা অৱস্থাত নবৌজনীক ধৰা পেলোৱা হ’ল৷ প্ৰথমে নবৌৱে মুখ নুখুলিলে৷ গাঁৱৰ মানুহে হিংসাতে তেওঁক বদনামী কৰা বুলি দাবী কৰিলে নবৌৱে৷ কিন্তু কেবাগৰাকী মহিলাই তেওঁৰ বাবেই নিজৰ সংসাৰত হোৱা বেমেজালিৰ বিষয়ে প্ৰকাশ কৰিলে৷ তেওঁলোকে দাবী কৰিলে যে নবৌৱে বহুতৰে স্বামীৰ সৈতে লিলিমাই কৰিছে৷ সেইবাবে গাঁৱৰ পুৰুষসকলৰ পত্নীৰ প্ৰতি ইণ্টাৰেষ্ট নোহোৱা হৈছে৷ হিন্দী চিনেমাৰ নায়িকাৰ দৰে সকলোৱে শয়নে-সপোনে দেখি থকা হৈছে নবৌৰ শ্ৰীমুখ৷ বৌজনীৰ উঠন বুকুত নিশা শুবলৈ পোৱাৰ হেঁপাহত গাঁৱৰ পুৰুষসকল অস্থিৰ হৈ পৰিছে৷ অভিযোগৰ প্ৰমাণো দিলে বোৱাৰীয়ে৷
তাৰ পিছত নবৌৰ মুখ বন্ধ হৈ গ’ল৷ তেওঁ একো ক’ব নোৱাৰি মনে মনে থাকিল৷ কোনজন দেওৰেকৰ সৈতে ক’ত নবৌৱে কামলীলা কৰিছিল তাৰ প্ৰমাণ আহি গ’ল৷ এবাৰ নবৌক গাঁৱৰে এগৰাকী মহিলাই আঁঠু কাঢ়িবলৈ নিৰ্দেশ দিলে৷ উপায়হীন হৈ কামশাস্ত্ৰৰ নায়িকা বোৱাৰীজনীয়ে কাণত ধৰি আঁঠু কাঢ়িলে৷ গোমাঠা মুখেৰে তেওঁ দোষ স্বীকাৰো কৰিলে৷ কিন্তু নবৌৱে ক’লে- মোৰ গাত দোষ নাই৷ অৰ্থাৎ পুৰুষে বিচৰাৰ বাবেহে নবৌৱে কামলীলা কৰা বুলি দাবী কৰিলে৷ তেতিয়া গাঁৱৰ ৰাইজে নবৌক দিলে মাধমাৰ৷
এই ঘটনাটো লখিমপুৰত সংঘটিত হৈছে৷ লখিমপুৰৰ এখন গাঁৱত নবৌজনীয়ে ত্ৰাসৰ সৃষ্টি কৰিছিল৷ তেওঁৰ ঘৰত সোমোৱা পুৰুষক মোহিনী বাণ মাৰি আকৰ্ষণ কৰিছিল নবৌৱে৷ সেই পুৰুষজনৰ সৈতে নবৌয়ে কামলীলা কৰাটো নিশ্চিত হৈ পৰিছিল৷ সেয়ে অতিষ্ঠ গাঁৱৰ বোৱাৰীয়ে আঁঠু কঢ়াই নবৌক দিলে শাস্তি৷



