কান্দি কাটি যুৱতীৰ আত্মৰক্ষা

প্লিজ দাদা, আজিৰ পৰা আৰু এইবোৰ নকৰোঁ
আজি আমাক যাবলৈ দিয়কনা দাদা, আপোনালোকৰ ভৰিত ধৰিছোঁ
ইমানকৈ কাবৌ-কোকালি কৰাৰ পিছত প্ৰেমাস্পদক কাপোৰ পিন্ধি যাবলৈ বাৰু দিয়া হ’ল৷ কিন্তু দুয়ো মুখ লুকুৱাব নোৱাৰিলে৷ ঐতিহাসিক স্থানত কামলীলা কৰি তেওঁলোক ধৰা পৰিল৷ মুক্ত আকাশৰ তলতে সংগম কৰা প্ৰেমাস্পদৰ গাল ৰঙা পৰি যোৱাকৈ শোধোৱা হ’ল চৰ৷ মাৰ খালেও ধুনীয়া ছোৱালীজনীয়ে একো উচ্চ-বাচ্য নকৰিলে৷ প্ৰেমিকৰ অনুৰোধ ৰক্ষা কৰি কাপোৰ খোলা সুন্দৰীযে হাতে-ভৰিয়ে ধৰি কোনোমতে কৰিলে পলায়ন৷ তেওঁলোক পুলিচৰ জঞ্জালত সোমাবলগীয়া নহ’ল৷ কিন্তু শৃংগাৰ ৰসৰ সাগৰত উটি-ভাহি ফুৰাৰ সময়তে তেওঁলোকৰ ভিডিঅ’ কৰিলে স্থানীয় যুৱকে৷ সেই ভিডিঅ’টো নিমিষতে হৈ পৰিল ভাইৰেল৷ এইটো ঘটনা উত্তৰ অসমৰ৷ বিশ্বনাথ জিলাৰ এক ঐতিহাসিক স্থানত শিলৰ আঁৰ লৈ প্ৰেমাস্পদে কৰি আছিল সংগম৷ আন দৰ্শনাৰ্থী নথকাৰ সুযোগ গ্ৰহণ কৰি কুমলীয়া প্ৰেমাস্পদ কামকেলিত উত্ৰাৱল হৈ পৰিছিল৷ দুয়ো সেই স্থানত আনৰ উপস্থিতিৰ উমানেই পোৱা নাছিল৷ তেওঁলোকৰ উশাহ হৈ পৰিছিল চুটি৷ প্ৰেমিকৰ ওচৰত ছাৰেণ্ডাৰ কৰা যুৱতীগৰাকী হৈ পৰিছিল তেনেই লেতুসেতু৷ কিন্তু দুয়োৰে সুখৰ সময়ছোৱা বেছি দীঘল নহ’ল৷ তেওঁলোকে সুখানুভূতিত বুৰ গৈ একো বিপদ নহয় বুলি নিশ্চিত হৈ আছিল৷ প্ৰেমৰ সময়ত বাধা দিবলৈ কোনো নাহে বুলি ভাবি হোৱা নাছিল সাৱধান৷ সেইটোৱেই হৈ পৰিল ডাঙৰ ভুল৷ নিৰ্বস্ত্ৰ হৈ আদিম বাসনা চৰিতাৰ্থ কৰি থকা সময়ত পাহৰি গৈছিল আনৰ কথা৷ কিন্তু সেই সময়তে তাত উপস্থিত হ’ল এদল যুৱক৷ তেওঁলোকে অচিনাকী প্ৰেমাস্পদক কাপোৰ পিন্ধাৰ সুযোগেই নিদিলে৷ নগ্ন হৈয়েই পলোৱাৰ চেষ্টা কৰা প্ৰেমাস্পদক এজন যুৱকে থাপ মাৰি ধৰিলে৷ অৱশ্যে প্ৰেমিকাই পলায়নৰ চেষ্টা নকৰিলে৷ এতিয়া আৰু বাচিব নোৱাৰি বুলি জানি তেওঁ ধৰা দিলে৷ ভিডিঅ’ কৰি থকা সময়তে নিৰ্বস্ত্ৰ যুৱতীগৰাকীয়ে কোনোমতে পিন্ধিলে চেলোৱাৰ৷ পেণ্টীপৰ্যন্ত খুলি প্ৰেমিকক শৰীৰ সমৰ্পণ কৰা ছাত্ৰীয়ে কাপোৰ পিন্ধি কান্দিব ধৰিলে৷ তেওঁ ক’লে- দাদা, এইবাৰলৈ আমাক ক্ষমা কৰি দিয়কনা৷
যুৱতীগৰাকীৰ কান্দোনেও কিন্তু পৰিস্থিতি সলনি কৰিব নোৱাৰিলে৷ কামলীলাৰ সময়তে ধৰা পেলোৱা স্থানীয় যুৱকে দুয়োকে আঁঠু কঢ়ালে৷ ঐতিহ্যকেন্দ্ৰ প্ৰাচীন শিলৰ আঁৰত শৰীৰৰ খেলা খেলি থকা প্ৰেমাস্পদে নিৰ্দেশ অনুসৰি আঁঠুকাঢ়ি ক্ষমাভিক্ষা কৰিলে৷ দুয়ো আৰু এইবোৰ কাম নকৰোঁ বুলি লিখি দিলে৷ জানিব পৰামতে শিলৰ আঁৰত কামদেৱ হ’বলৈ যোৱা যুৱকজন স্থানীয় জুনিয়ৰ কলেজৰ ছাত্ৰ৷ তেওঁৰ প্ৰেমিকাও একেখন কলেজৰে ছাত্ৰী৷ দুয়োৰে মূৰত ধৰিছিল যৌৱনে৷ সেয়ে ক্লাছ বাং মাৰি কৰিব গৈছিল প্ৰেমলীলা৷
কিন্তু শিলৰ আঁৰত প্ৰেম কৰিলেও সুৰক্ষিত নহয় বুলি দুয়ো আজিহে বুজি পালে৷ দুয়ো হুৰাওৰাওকৈ কান্দি দিলে আগলৈ ভুল নকৰাৰ প্ৰতিশ্ৰুতি৷ অৱশ্যে ভুল স্বীকাৰ কৰিলেও দুয়োৰে ভিডিঅ’টো ইতিমধ্যে ভাইৰেল হৈ পৰিল৷ তেওঁলোকৰ মুখ দেৰে দেখিলে৷ সকলোৰে চকুত ধূলি দি তেওঁলোকে কামলীলা কৰি সুৰক্ষিত হৈ থাকিব পাৰিম বুলি ভাবিছিল৷ কিন্তু তেওঁলোকে আত্মৰক্ষা কৰিব সক্ষম নহ’ল৷ শিলৰো যে কাণ থাকে সেয়া জনা নাছিল বিশ্বনাথ জিলাৰ প্ৰেমাস্পদে৷ আকাশৰ তলত যৌৱন উপভোগ কৰি দুয়ো হ’ল ভাইৰেল৷