New UPI Rule: ২০২৬ চনৰ পৰা ৰে’লৱে, টেলিকম, বীমা আৰু ইন্ধনৰ দৰে নিৰ্দিষ্ট কিছু ক্ষেত্ৰত ২,০০০ টকাৰ অধিক মূল্যৰ UPI পেমেণ্টৰ বাবে প্ৰতি লেনদেনত ৫ টকা হাৰত নিৰ্দিষ্ট MDR প্ৰযোজ্য হ’ব। অৱশ্যে ২,০০০ টকাৰ অধিক মূল্যৰ অন্যান্য P2M লেনদেনৰ ক্ষেত্ৰত ০.৪% হাৰত MDR প্ৰযোজ্য হ’ব আৰু ইয়াৰ সৰ্বোচ্চ সীমা প্ৰতি লেনদেনত ৩০০ টকা হ’ব
